Adharmic Victory as Unstable; Rules of Restraint, Mediation, and Conciliation (अधर्मविजय-अध्रुवत्व तथा क्षमा-नयः)
भुज्यमाना हाायोगेन स्वराष्ट्रादभितापिता: । अमित्रास्तमुपासीरन् व्यसनौधप्रतीक्षिण:
এনেকুৱা নকৰি যদি অনুচিত কঠোৰতাৰে তেওঁলোকক শাসন কৰা হয়, তেন্তে তেওঁলোকে দুখী হৈ নিজৰ দেশ এৰি গুচি যায় আৰু শত্রু হৈ বিজয়ী ৰজাৰ ওপৰত বিপদ নামি অহাৰ সময়ৰ অপেক্ষাত ক’তবাত পৰি থাকে।
भीष्म उवाच