Daṇḍanīti and the King as the Cause of Yuga-Order (दण्डनीतिः राजधर्मश्च युगकारणत्वम्)
राष्ट्र च पीडयेत् तस्य शस्त्राग्निविषमूर्च्छने: । अमात्यवल्लभानां च विवादांस्तस्य कारयेत्
সি অস্ত্ৰাঘাতে আঘাত কৰি, অগ্নিসংযোগ কৰি আৰু বিষপ্ৰয়োগে মূৰ্ছিত কৰি শত্রুৰাষ্ট্ৰত বাস কৰা লোকসকলক পীড়া দিব। লগতে মন্ত্ৰীসকল আৰু ৰজাৰ প্ৰিয়জনসকলৰ মাজত বিবাদ-কলহ আৰম্ভ কৰাব।
भीष्म उवाच