Āśrama-dharma: Duties of the Four Life-Stages (आश्रमधर्मः)
ये तु क्रतुभिरीजाना: श्रुतवन्तश्न भूमिपा: । य एवाहवजेतारस्त एषां लोकजित्तमा:
এই ভূপালসকলৰ মাজত যিসকলে মহাক্ৰতু (ডাঙৰ ডাঙৰ যজ্ঞ) সম্পাদন কৰে, বেদ-শাস্ত্ৰজ্ঞানত সমৃদ্ধ আৰু যুদ্ধত বিজয়ী—তেওঁলোকেই পুণ্যলোক জয়কাৰীসকলৰ মাজত শ্ৰেষ্ঠ।
भीष्म उवाच