Bhīṣma on the Śara-Śayyā: Yudhiṣṭhira and Kṛṣṇa Approach the Eldest for Śānti
सुसूक्ष्मोडपि तु देहे वै शल्यो जनयते रुजम् । कि पुन: शरसंघातैश्षित्तस्य तव पार्थिव
ৰাজন! দেহত অতি সূক্ষ্ম কাঁটাও যদি বিঁধে, তেন্তে তীব্ৰ বেদনা হয়। তেন্তে বাণসমূহে বিদ্ধ আপোনাৰ দেহবেদনা বিষয়ে আৰু কি ক’ব পাৰি?
वैशम्पायन उवाच