Bhīṣma on the Śara-Śayyā: Yudhiṣṭhira and Kṛṣṇa Approach the Eldest for Śānti
शराभिघातदु:खात् ते कच्चिद् गात्रं न दूयते । मानसादपि दु:खाद्धि शारीरं बलवत्तरम्
“শৰৰ আঘাতজনিত দুঃখৰ বাবে আপোনাৰ দেহাঙ্গবোৰ অধিককৈ কষ্ট পাই থকা নাইতো? কিয়নো মানসিক দুঃখতকৈ শাৰীৰিক দুঃখ অধিক প্ৰবল।”
वैशम्पायन उवाच