शान्ति पर्व (अध्याय 38): युधिष्ठिरस्य राजधर्म-जिज्ञासा तथा भीष्मोपसर्पण-प्रस्तावना | Shanti Parva Chapter 38: Yudhishthira’s Inquiry into Rajadharma and the Prelude to Approaching Bhishma
सुमनोमोदके रल्नैर्हिरण्येन च भूरिणा । गोभिव्ंस्त्रिश्ष राजेन्द्र विविधैशज्ष किमिच्छकै:
ৰাজেন্দ্ৰ! তেওঁলোকে ফুল, মিঠাই, ৰত্ন, প্ৰচুৰ সোণ, গাই, বস্ত্ৰ আৰু প্ৰতিজনৰ ইচ্ছা সুধি আনোৱা নানাবিধ মনোবাঞ্ছিত বস্তুৰে সকলোকে যথোচিত সৎকাৰ কৰিলে।
वैशम्पायन उवाच