स हि कार्यान्तराकाड्क्षी जलेप्सु: स््तोकको यथा । वर्ष वर्षप्रिय: पक्षी दर्शन॑ं तव काड्क्षति
যেনেকৈ বৰষুণৰ পানীৰ প্ৰেমত তৃষ্ণাতুৰ পপিহা পাখিয়ে পানীৰ বাবে বৰষুণৰ অপেক্ষা কৰে, তেনেকৈ সেই ব্ৰাহ্মণসকলে অন্য কাৰ্য সিদ্ধিৰ আকাঙ্ক্ষাৰে আপোনাৰ দৰ্শন কামনা কৰে।
नाग उवाच