यस्मिन् यस्मिंश्व विषये यो यो याति विनिश्चयम् । स तमेवाभिजानाति नान््यं भरतसत्तम
হে ভৰতশ্ৰেষ্ঠ! যি যি ব্যক্তি যি যি বিষয়ত (স্বৰ্গ বা মোক্ষৰ সাধন হিচাপে) দৃঢ় নিশ্চয় লাভ কৰে, সি সেইটিকেই শ্ৰেষ্ঠ বুলি জানে; আনক নহয়।
भीष्म उवाच