Atithi-satkāra and the Consolation of Wise Counsel (अतिथिसत्कारः प्रज्ञानवचनस्य च पराश्वासनम्)
अद्यप्रभृति श्रीवत्स: शूलाडुको मे भवत्वयम् । मम पाण्यड्कितश्नापि श्रीकण्ठस्त्वं भविष्यसि
আজিৰ পৰা তোমাৰ শূলৰ এই চিহ্ন মোৰ বক্ষস্থলত ‘শ্ৰীৱৎস’ নামে প্ৰসিদ্ধ হ’ব; আৰু মোৰ হাতৰ চিহ্নে অঙ্কিত হোৱাৰ বাবে তুমিও ‘শ্ৰীকণ্ঠ’ বুলি খ্যাত হ’বা।
अर्जुन उवाच