Nārāyaṇasya Guhya-nāmāni Niruktāni (Etymologies of Nārāyaṇa’s Secret Epithets) / नारायणस्य गुह्यनामानि निरुक्तानि
शुभेर्लभति देवत्वं व्यामिश्रैर्जन्म मानुषम् । अशुभैश्वाप्यधो जन्म कर्मभिलभतेडवश:
জীৱ সদায় কৰ্মৰ অধীন। শুভ কৰ্মৰ অনুশীলনে সি দেবত্ব লাভ কৰে; শুভ-অশুভ মিশ্ৰ কৰ্মে মানৱজন্ম পায়; আৰু কেৱল অশুভ কৰ্মে পশু-পক্ষী আদি নীচ যোনিত জন্ম গ্ৰহণ কৰে।
नारद उवाच