Śvetadvīpa-varṇana and Śāstra-pravartana (Śānti Parva 322)
मलिनं हि यथा वस्त्र पश्चाच्छुद्धयति वारिणा | उपवासै: प्रतप्तानां दीर्घ सुखमनन्तकम्
ভীষ্মে ক’লে: যেনেকৈ মলিন বস্ত্ৰ পাছত পানীৰে ধুলে শুদ্ধ হয়, তেনেকৈ উপবাসসহ তপস্যাত তপিত লোকৰ অন্তঃকৰণ শুদ্ধ হৈ তেওঁলোকে দীঘলীয়া আৰু অনন্ত মহাসুখ লাভ কৰে।
भीष्म उवाच