अव्यक्त-गुण-पुरुषविवेकः | Avyakta, Guṇas, and Discrimination of Puruṣa
अलिड्जा प्रकृतिं त्वाहुर्लिज्जिरनुमिमीमहे । तथैव पौरुषं लिड्रमनुमानाद्धि मन्यते
মুনিসকলে কয় যে প্ৰকৃতি লিংগৰহিত; কিন্তু আমি লিংগ (চিহ্ন)ৰ দ্বাৰাই অনুমান কৰি তাক জানো। তেনেদৰে পুৰুষৰ সত্তাও অনুমানৰ দ্বাৰাই বুজা যায়।
वसिष्ठ उवाच