Adhyātma–Adhibhūta–Adhidaivata Correspondences and the Triguṇa Lakṣaṇas (Śānti-parva 301)
इन्द्रियेः सह सुप्तस्य देहिन: शत्रुतापन । सूक्ष्मश्वरति सर्वत्र नभसीव समीरण:
হে শত্রুতাপন ৰাজন! দেহধাৰী প্ৰাণী ইন্দ্ৰিয়সহ নিদ্ৰাত নিমগ্ন হ’লে, তাৰ সূক্ষ্ম দেহ আকাশত বায়ুৰ দৰে সৰ্বত্র বিচৰণ কৰে—অৰ্থাৎ সি স্বপ্ন দেখে।
भीष्म उवाच