अव्यक्त–प्रकृति–इन्द्रियविचारः
The Unmanifest, Prakṛtis, and the Sense-Complex
वणिग यथा समुद्राद् वै यथार्थ लभते धनम् । तथा मर्त्यार्णवे जन्तो: कर्मविज्ञानतों गति:
যেনে বণিকে সমুদ্ৰপথে বাণিজ্য কৰি নিজৰ মূলধনৰ অনুপাতে ধন লাভ কৰে, তেনেকৈ মর্ত্য-সমুদ্ৰ (সংসাৰ) ত জীৱে নিজৰ কৰ্ম আৰু জ্ঞান অনুসাৰে গতি লাভ কৰে।
पराशर उवाच