Adhyāya 287 — Janaka’s Inquiry on Śreyas, Abhayadāna, and Asaṅga
Non-attachment
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मन: । तपसैवेह बहुल श्रेयो व्यक्त भविष्यति
যি এইদৰে জীৱনবৃত্তি অবলম্বন কৰি জীৱিকা চলায় আৰু প্ৰাণীৰ হিতত মন নিবদ্ধ ৰাখে, সেই ব্যক্তিয়ে স্বধৰ্মৰূপ তপস্যাৰ অনুশীলনে এই লোকতেই পৰম কল্যাণ প্ৰত্যক্ষভাৱে লাভ কৰে।
नारद उवाच