वृत्ति-सत्सङ्ग-दान-धर्म
Livelihood, Virtuous Association, and Ethics of Giving
रन्ध्रागतमथाश्चानां शिखोद्भेदश्न बर्हिणाम् । नेत्ररोग: कोकिलस्य ज्वरः प्रोक्तो महात्मना
ভীষ্মে ক’লে—ঘোঁৰাৰ গলাৰ ৰন্ধ্ৰত মাংস বাঢ়ি উঠা সেয়াই তেওঁলোকৰ জ্বৰ। ময়ূৰৰ ক্ষেত্ৰত শিখা উগা হোৱাই জ্বৰ বুলি কোৱা হয়। আৰু কোকিলৰ চকুৰ ৰোগকো মহাত্মা (শিৱ) জ্বৰ বুলি কৈছে।
भीष्म उवाच