Jvarotpatti — The Origin and Distribution of Jvara
Fever
पुण्यपापमयं देहं क्षपयन् कर्मसंक्षयात् । क्षीणदेह: पुनर्देही ब्रह्मत्वमुपगच्छति
এই দেহ পুণ্য-পাপময়। দেহধাৰী জীৱে প্ৰাৰব্ধ কৰ্মৰ ক্ষয়ৰ সৈতে সৈতে এই দেহকো ক্ষয় কৰি যায়। এইদৰে দেহ নষ্ট হ’লে সেই মুক্ত পুৰুষে ব্ৰহ্মভাব লাভ কৰে।
असित उवाच