मोक्षोपाय-निर्णयः
Determination of the Means to Liberation
सत्याय हि यथा नेह जह्याद् धर्मफलं महत् । भूतानामनुकम्पार्थ मनु: स्वायम्भुवोडब्रवीत्
যাতে এই জগতত সত্যস্বৰূপ পৰমাত্মাৰ প্ৰাপ্তি কৰোৱা ধৰ্মৰ মহৎ ফলৰ পৰা কোনো বঞ্চিত নহয়— জীৱসমূহৰ প্ৰতি অনুকম্পাৰ্থে স্বায়ম্ভুৱ মনুৱে ধৰ্মোপদেশ দিছিল।
हुमत्सेन उवाच