मोक्षोपाय-निर्णयः
Determination of the Means to Liberation
गरीयांसो गरीयांसमपराधे पुन: पुनः । तदा विसर्गमर्हन्ति न यथा प्रथमे तथा
মানুহে যদি পুনঃপুনঃ অপৰাধ কৰে, তেন্তে বিবেকীজনে তাৰ অপৰাধৰ বাবে অধিক কঠোৰ দণ্ড দিয়ে। তেতিয়া প্ৰথমবাৰৰ দৰে বিনা দণ্ডে এৰি দিয়া আর উচিত নহয়।
इुमत्सेन उवाच