कालनियमः शोकशमनं च
Kāla as Regulator; Pacification of Grief
तुष्टेन किज्चित् परमं सा सम्यक् प्रतितिष्ठति । विनीतक्रोधहर्षस्य सततं सिद्धिरुत्तमा
সন্তোষতকৈ ডাঙৰ একো নাই। যিয়ে ক্ৰোধ আৰু হৰ্ষক জয় কৰিছে, তাৰ হৃদয়ত সেই পৰম বৈৰাগ্যৰূপ সন্তোষ সুপ্ৰতিষ্ঠিত হয় আৰু তাকেই সদায় উত্তম সিদ্ধি লাভ হয়।
वैशम्पायन उवाच