मृत्योर्ब्रह्मणा नियोजनम् — The Commissioning of Mṛtyu by Brahmā
निष्प्रचारं मन: कृत्वा प्रतिष्ठाप्प च सर्वश: । यामयं लभते तुष्टिं सा न शक््या55त्मनोडन्यथा
মনক ইফালে-সিফালে ঘূৰি ফুৰাৰ পৰা নিবৃত্ত কৰি সম্পূৰ্ণৰূপে আত্মাত প্ৰতিষ্ঠা কৰিলে যি তৃপ্তি আৰু সুখ লাভ হয়, সেয়া অন্য কোনো উপায়ে লাভ কৰা অসম্ভৱ।
व्यास उवाच