Adhyāya 223: Nāradasya Guṇa-kathana
Catalogue of Nārada’s Virtues
स वर्षति सम वर्षाणि यथाकालमतन्द्रित: । तं बलिं नाधिगच्छामि ब्रद्य॒ुन्नाचक्ष्य मे बलिम्
তেওঁ যথাসময় অলসতা ত্যাগ কৰি সকলো দিশত প্ৰকাশিত হৈছিল, তেওঁৱেই অস্ত গৈছিল আৰু তেওঁৱেই বৰষুণ বৰ্ষণ কৰিছিল। হে ব্রহ্মন্! সেই বলিক মই বিচাৰিও নাপাওঁ; আপুনি মোক ৰজা বলিৰ সন্ধান কওক।
भीष्म उवाच