Adhyāya 222 — ब्रह्मस्थानप्राप्ति: मोक्षधर्मे समत्वव्रतम्
Attaining the Brahman-Station: The Vow of Equanimity in Mokṣadharma
अनिष्टस्थ हि निर्व॑त्तिरनिर्व त्ति: प्रियस्य च । लक्ष्यते यतमानानां पुरुषार्थस्तत: कुत:
কিন্তু দেখা যায় যে ইষ্টসিদ্ধিৰ বাবে যি সকল চেষ্টা কৰে, তেওঁলোকৰ অনিষ্টো ঘটে আৰু প্ৰিয় বস্তু সিদ্ধ নহয়; তেন্তে পুৰুষাৰ্থৰ প্ৰাধান্য ক’ত ৰ’ল?
प्रह्माद उवाच