बलीन्द्रसंवादः — Kāla, Anityatā, and the Limits of Agency
Mahābhārata 12.217
कषायवर्जिति ज्ञानं येषामुत्पद्यते चलम् । यान्ति ते5पि परॉल्लोकान् विमुच्यन्ते यथाबलम्
যিসকলৰ ৰাগাদি কষায়ৰ পৰা মুক্ত, কিন্তু চঞ্চল (অস্থায়ী) জ্ঞান উদ্ভৱ হয়, তেওঁলোকেও উত্তম লোকলৈ যায়; তাৰ পাছত সাধনা-বল অনুসৰি পূৰ্ণ জ্ঞান লাভ কৰি মুক্ত হয়।
भीष्म उवाच