ध्यानयोगवर्णनम्
Description of the Path of Meditation
तथा शरीरसंत्यागे जीवो ह्याकाशवत् स्थित: । न गृहाते तु सूक्ष्मत्वाद् यथा ज्योतिर्न संशय:
সেইদৰে দেহ ত্যাগ কৰিলে জীৱ আকাশৰ দৰে অৱস্থিত হয়। অতি সূক্ষ্ম হোৱাৰ বাবে নিভি যোৱা অগ্নিৰ দৰে অনুভৱত ধৰা নপৰে; তথাপি সি থাকে—ইয়াত সন্দেহ নাই।
भरद्वाज उवाच