ध्यानयोगवर्णनम्
Description of the Path of Meditation
शृणोति कथितं जीव: कर्णाभ्यां न शृणोति तत् । महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थक:
মহর্ষে! জীৱে প্ৰথমে দুয়োটা কাণে কোৱা কথা শুনে; কিন্তু মন ব্যগ্ৰ থাকিলে শুনিও নুশুনা হয়। সেয়ে মনৰ বাহিৰে পৃথক ‘জীৱ’-সত্তা মানা নিৰৰ্থক।
भरद्वाज उवाच