दान-धर्म-आश्रमविधानम्
Dana, Dharma, and the Four Āśramas
तथा सलिलसंरुद्धे नभसो<न््ते निरन्तरे । भित्त्वार्णवतलं वायु: समुत्पतति घोषवान्
এইদৰে জলে আকাশৰ অন্তপ্ৰান্ত সম্পূৰ্ণকৈ নিৰন্তৰভাৱে আবদ্ধ কৰি পেলালে; ক’তো সামান্যো অৱকাশ নাছিল। তেতিয়া সেই একাৰ্ণৱৰ তল ভেদি বায়ু ঘোৰ ধ্বনিৰে উত্থিত হ’ল।
भरद्वाज उवाच