Daṇḍa as the Foundation of Social Order (दण्डप्रतिष्ठा)
दण्डश्नेन्न भवेललोके विनश्येयुरिमा: प्रजा: । जले मत्स्यानिवाभक्ष्यन् दुर्बलान्ू बलवत्तरा:
যদি জগতত দণ্ড নাথাকে, তেন্তে এই প্ৰজাসকল বিনষ্ট হ’ব; আৰু যেনেকৈ পানীত ডাঙৰ মাছ সৰু মাছক গিলি খায়, তেনেকৈ বলৱানসকলে দুৰ্বলসকলক ভক্ষণ কৰিব।
अजुन उवाच