Daṇḍa as the Foundation of Social Order (दण्डप्रतिष्ठा)
उदके बहव: प्राणा: पृथिव्यां च फलेषु च । नच वक्षिन्न तान हन्ति किमन्यत् प्राणयापनात्
জলত বহু প্ৰাণী আছে; পৃথিৱীত আৰু গছৰ ফলতো বহু কীট আছে। এনে কোনো মানুহ নাই যিয়ে সিহঁতৰ মাজৰ কোনো এজনকো কেতিয়াও নমাৰে। ই জীৱনধাৰণৰ বাহিৰে আন কি?॥
अजुन उवाच