आपद्धर्मनिर्णयः — विश्वामित्र-श्वपचसंवादः
Apaddharma Determination: Dialogue of Viśvāmitra and the Śvapaca
यो यस्मिन् जीवति स्वार्थ पश्येत् पीडां न जीवति । स तस््य मित्र तावत् स्याद् यावन्न स्याद् विपर्यय:
যি জনে কাৰোবাৰ জীৱিত অৱস্থাত নিজৰ স্বাৰ্থ সিদ্ধ হোৱা দেখে আৰু তেওঁ মৰিলে নিজৰ ক্ষতি বুলি ভাবে, সি তেতিয়ালৈকে তেওঁৰ মিত্ৰ হৈ থাকে—যেতিয়ালৈকে সেই অৱস্থাত উলট-পালট নঘটে।
भीष्म उवाच