आपद्धर्मनिर्णयः — विश्वामित्र-श्वपचसंवादः
Apaddharma Determination: Dialogue of Viśvāmitra and the Śvapaca
श्रुतं मे तव मार्जार स्वमर्थ परिगृह्नत: । ममापि त्वं विजानासि स्वमर्थ परिगृह्नत:
হে বিড়াল! নিজৰ স্বাৰ্থসিদ্ধি আগত ৰাখি তুমি যি ক’লা, সেয়া সকলো মই শুনিলোঁ; আৰু মোৰ উদ্দেশ্য আগত ৰাখি মই যি ক’লোঁ, সেয়াও তুমি ভালদৰে বুজিছা।
भीष्म उवाच