दीर्घदर्शी–दीर्घसूत्र–संप्रतिपत्तिमान् आख्यानम्
The Parable of Foresight, Procrastination, and Presence of Mind
यदेवमाहु: पापेन चारित्रेण विवर्जित: । सुभृशं तप्यते तेन वाक्शल्येन परिक्षत:
দুৰ্বল মানুহৰ বিষয়ে লোক ক’বলৈ ধৰে—‘হায়! পাপাচাৰৰ ফলত ই সদাচাৰবর্জিত হৈ আত্মীয়স্বজনৰ দ্বাৰা পৰিত্যক্ত।’ তেওঁলোকৰ বাক্য-বাণে আঘাতপ্ৰাপ্ত হৈ সি অত্যন্ত দগ্ধ হয়।
भीष्म उवाच