Kośa-saṃjanana and Subtle Dharma
Treasury Formation and Fine-Grained Ethics
अभिसंदधते ये च विश्वासायास्य मानवा: । अशेषमेवोपलभ्य कुर्वन्तीति विनिश्चय:
যিসকলৰ সৰ্বস্ব লুটি লোৱা হয়, সেই মানুহবোৰে সেই দস্যুবোৰৰ সৈতে মেলামেশা কৰি বিশ্বাস বঢ়াবলৈ চেষ্টা কৰে; তাৰ পাছত সিহঁতৰ আশ্ৰয়স্থান আদি জানি লৈ সিহঁতৰো সৰ্বস্ব বিনষ্ট কৰে—ই নিশ্চিত কথা।
भीष्म उवाच