Vyāghra–Gomāyu Saṃvāda (व्याघ्रगोमायु संवाद) — Testing Character Beneath Appearances
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृप: । परहिंसारति: क्रूरो बभूव पुरुषाधम:
পুৰণি কালত ধন-ধান্যে সমৃদ্ধ ‘পুৰিকা’ নগৰত ‘পৌৰিক’ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁ আছিল অতি ক্ৰূৰ, নৰাধম, আৰু পৰহিংসাত আসক্ত।
भीष्म उवाच