Jaitrya-nimitta: Signs of Prospective Victory and the Priority of Conciliation (जयलक्षण-निमित्त तथा सान्त्व-प्रधान नीति)
परस्परज्ञा: संहृष्टास्त्यक्तप्राणा: सुनिश्चिता: । अपि पज्चाशतं शूरा निध्नन्ति परवाहिनीम्
পৰস্পৰক চিনি পোৱা, হৰ্ষ-উৎসাহত পূৰ্ণ, প্ৰাণৰ মোহ ত্যাগ কৰা আৰু মৰণ-মাৰণৰ দৃঢ় সংকল্পযুক্ত পঞ্চাশজন শূৰেও শত্রুসেনাৰ সমগ্ৰ বাহিনী ধ্বংস কৰিব পাৰে।
भीष्म उवाच