Previous Verse
Next Verse

Shloka 41

ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोडभिषिच्यताम्‌ । सैनापत्येन भद्रं ते मम चेदिच्छसि प्रियम्‌

“দ্বিজশ্ৰেষ্ঠ! মোৰ আজ্ঞাৰে দ্ৰোণপুত্ৰক সেনাপতি পদত অভিষিক্ত কৰক; আপোনাৰ মঙ্গল হওক। যদি আপুনি মোৰ প্ৰিয় কৰিব খোজে।”

संजय उवाच