शल्यस्य सेनापत्याभ्युपगमः | Śalya’s Acceptance of Command
प्रलब्धश्न हृषीकेशस्तच्च कर्माविचारितम् । सच मे वचन ब्रह्मनू कथमेवाभिमन्यते
হে ব্ৰাহ্মণ! মই হৃষীকেশ শ্ৰীকৃষ্ণকো প্ৰতাৰণা কৰিছিলোঁ; সেয়া মোৰ অবিবেচনাপূৰ্ণ কৰ্ম আছিল। এতিয়া তেওঁ মোৰ কথা কেনেকৈ গ্ৰহণ কৰিব?
संजय उवाच