अनेयस्त्ववमानी यो दुरात्मा पापपूरुष: | दिष्टमुत्सूज्य कल्याणं करोति बहुपापकम्
যাক সৎপথলৈ আনিব নোৱাৰি, যি আনক অৱমাননা কৰে আৰু যাৰ অন্তঃকৰণ কলুষিত—সেই পাপাত্মা পুৰুষ নিৰ্দিষ্ট কল্যাণমাৰ্গ ত্যাগ কৰি বহু পাপকর্মত প্ৰবৃত্ত হয়।
कृप उवाच