योडसौ राजा घृणी नित्य धार्तराष्ट्रबु भारत । निकृत्या भ्रंशित: क्रोधान्नोन्मीलयति लोचने
yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭraṃ bharata | nikṛtyā bhraṃśitaḥ krodhān nonmīlayati locane ||
বিদুৰে ক’লে—হে ধৃতৰাষ্ট্ৰ, হে ভাৰত! সেই ৰজা সদায় কৰুণাশীল; কিন্তু ছলনাৰে তেওঁক ন্যায়পথৰ পৰা বিচ্যুত কৰা হৈছে। ক্ৰোধত তেওঁ চকুও মেলে নোৱাৰে।
विदुर उवाच