त्रयोदशं च सजने अज्ञाता: परिवत्सरम् | ज्ञाताश्न पुनरन्यानि वने वर्षाणि द्वादश
trayodaśaṃ ca sajane ajñātāḥ parivatsaram | jñātāś ca punar anyāni vane varṣāṇi dvādaśa
দুৰ্যোধনে ক’লে—তেৰোতম বছৰত তেওঁলোকে লোকসমাজৰ মাজত এক পূৰ্ণ বছৰ অজ্ঞাত হৈ থাকিব লাগিব; যদি চিনাক্ত হয়, তেন্তে পুনৰ বনবাসত আৰু বাৰ বছৰ কাটাব লাগিব।
दुर्योधन उवाच