पाण्डवानां वनप्रस्थानवर्णनम् / The Pāṇḍavas’ Departure for the Forest
Vidura’s Report and Portents
पराजितो नकुलो भीमसेनो युधिष्ठिर: सहदेवार्जुनौ च दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति
নকুল পৰাজিত হ’ল; ভীমসেন, যুধিষ্ঠিৰ, সহদেৱ আৰু অৰ্জুনো হাৰি দাস হ’ল। যাজ্ঞসেনী, তুমিও দাসী হৈছা। যজ্ঞসেনকন্যে, পৰাজিত সেই স্বামীবোৰ এতিয়া তোমাৰ স্বামী নহয়।
कर्ण उवाच