अर्हणनिर्णयः
Decision on the Highest Honor at the Assembly
साक्षात् स विबुधारिघ्न: क्षत्रे नारायणो विभु: । प्रतिज्ञां पालयंश्वेमां जात: परपुरंजय:
তেওঁ ভাবিবলৈ ধৰিলে—“আহা! সৰ্বব্যাপী, দেৱশত্ৰু-নাশক, শত্ৰুনগৰ-বিজয়ী স্বয়ং ভগৱান নাৰায়ণেই এই প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ ক্ষত্ৰিয়কুলত অৱতীৰ্ণ হৈছে।”
वैशम्पायन उवाच