अध्याय १: महाप्रस्थानारम्भः
The Commencement of the Great Departure
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादव: । वज्नो राजा त्वया रक्ष्यो मा चाधर्मे मन: कृथा:
পৰীক্ষিত হস্তিনাপুৰত ৰাজ্য কৰিব, আৰু যাদৱবংশীয় বজ্ৰ ইন্দ্ৰপ্ৰস্থত। তোমাক ৰজা বজ্ৰকো ৰক্ষা কৰিব লাগিব, আৰু মন কেতিয়াও অধৰ্মৰ ফালে যাবলৈ নিদিবা।
वैशम्पायन उवाच