शृणुध्व॑ क्षत्रिया: सर्वे यावन्त: स्थ समागता:
ইয়াত সমাগত সকলো ক্ষত্ৰিয় বীৰে, কাণ পাতি শুনা। প্ৰাণহৰ যমে যেতিয়া শূৰ আৰু কাতৰ—দুয়োকেই বধ কৰে, তেতিয়া মোৰ দৰে ক্ষত্ৰিয়ব্ৰত পালনকাৰী কোন মূৰ্খ হ’ব যিয়ে যুদ্ধ নকৰে?
संजय उवाच