तत्रावधीत्तत: क्रुद्ध शशशो5थ सहस्रश: । तत् सैन्यं पाण्डवेयानां योधयामास सर्वतः
তাতে দুৰ্যোধন ক্ৰুদ্ধ হৈ শত শত, তাৰ পাছত সহস্ৰ সহস্ৰ যোদ্ধাক বধ কৰিবলৈ ধৰিলে। সি সকলো দিশে ঘূৰি ঘূৰি পাণ্ডৱসেনাৰ সৈতে যুদ্ধ কৰি থাকিল।
संजय उवाच