न तान् रथस्थो भूमिष्ठान् धमपिक्षी वृकोदर: । योधयामास कौन्तेयो भुजवीर्यव्यपाश्रय:
কুন্তীনন্দন বৃকোদৰ ভীমসেন যুদ্ধধৰ্ম জানিছিল; সেয়ে ৰথত থাকি ভূমিত থিয় হোৱা সেই পদাতিকসকলক তুচ্ছ কৰি আক্রমণ কৰি যুদ্ধ নকৰিলে। নিজৰ বাহুবলৰ ওপৰত তেওঁৰ অটল বিশ্বাস আছিল।
संजय उवाच