हते कर्णे कुरव: प्राद्रवन्त भयार्दिता गाढविद्धा श्ष संख्ये । अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम्
কৰ্ণ নিহত হোৱাত, ৰণত গভীৰভাবে আহত কৌৰৱসকল ভয়াৰ্ত হৈ, অৰ্জুনৰ দেহপ্ৰভাৰে জ্বলি থকা মহাধ্বজক মূহূৰ্মূহূৰ চাই চাই পলাই গ’ল।
संजय उवाच