त॑ वै प्रमृष्ट प्रसमीक्ष्य युद्धे चचाल सर्व सचराचरं जगत् | स्वस्ति जगत् स्यादृषय: प्रचुक्रुशु- स्तमुद्यतं प्रेक्ष्य महाहवेषुम्
মহাযুদ্ধত সেই শৰটো হাতত লৈ ওপৰলৈ তোলা দেখি, স্থাবৰ-জঙ্গমসহ সমগ্ৰ জগত কঁপি উঠিল। তাক উদ্যত দেখি ঋষিসকলে উচ্চস্বৰে চিঞৰি উঠিল—“জগতৰ মঙ্গল হওক!”
संजय उवाच