दृष्टवा ध्वजं पातितमाशुकारिणा कुरुप्रवीरेण निकृत्तमाहवे । नाशंसिरे सूतपुत्रस्य सर्वे जयं तदा भारत ये त्वदीया:
হে ভাৰত! শীঘ্ৰকাৰী কৌৰৱবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত সেই ধ্বজ কাটি পেলাই দিয়া দেখি, সেই সময়ত তোমাৰ সকলো সৈন্যই সূতপুত্ৰ কৰ্ণৰ জয়ৰ আশা ত্যাগ কৰিলে।
संजय उवाच