श्वेताश्लौ पुरुषौ दिव्यावास्थितावरिमर्दनौ | शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि
দুয়োৰে ঘোঁৰা শুভ্ৰবৰ্ণৰ আছিল। দুয়ো দিৱ্য পুৰুষ আৰু শত্রুদমন কৰিবলৈ সমৰ্থ। সেই দুজন মহাত্মা বীৰ ৰণভূমিত এনেকৈ শোভা পাইছিল, যেন আকাশত চন্দ্ৰ আৰু সূৰ্য।
संजय उवाच